UGC Approved Journal no 63975(19)

ISSN: 2349-5162 | ESTD Year : 2014
Call for Paper
Volume 11 | Issue 4 | April 2024

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 9 Issue 7
July-2022
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2207661


Registration ID:
500521

Page Number

g431-g437

Share This Article


Jetir RMS

Title

অসমৰ প্রথমখন সংবাদপত্র

Abstract

সংবাদপত্ৰ হ’ল সমাজৰ দাপোণ ৷ সমাজত সংঘটিত ঘটনাবোৰ সংবাদপত্ৰত লিপিবদ্ধ কৰা হয় ৷ আজিৰ সংবাদপত্ৰ এখনত লিখিত সংবাদ এটা ভৱিষ্যতে বুৰঞ্জীৰ সমল হিচাপে পৰিগণিত হ’ব পাৰে ৷ অসমত সংবাদপত্ৰৰ আগমন ঘটিছিল ১৮৪৬ চনত “অৰুনোদই”ৰ যোগেদি ৷ “অৰুনোদই”ৰ পাততে অসমত সাংবাদিকতাৰ সূত্ৰপাত ঘটাৰ লগতে অসমীয়া ভাষাৰ নতুন গদ্যশৈলীৰ আৰম্ভণি ঘটে ৷ পৰৱৰ্তী সময়ত “আসাম বিলাসিনী”, “আসাম মিহিৰ”, “আসাম নিউজ”, “জোনাকী”, “টাইমছ অৱ আসাম”, “ বাঁহী”, “আৱাহন” আদি ভালেসংখ্যক সংবাদপত্ৰ-আলোচনীৰ জন্ম হয় ৷ ক্ষণস্থায়ী হ’লেও এই সংবাদপত্ৰসমূহে অসমীয়া সংবাদপত্ৰ আৰু সাহিত্যৰ জগতত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল ৷ ১৯৩৫ চনত অসমৰ প্ৰথমখন দৈনিক সংবাদপত্ৰ “দৈনিক বাতৰি”ৰ প্ৰকাশৰ লগে লগে অসমৰ সংবাদপত্ৰৰ জগতত এক নতুন অধ্যায়ৰ আৰম্ভণি ঘটে ৷ ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ স্বত্বাধিকাৰত যোৰহাটৰ পৰা প্ৰকাশিত এই সংবাদপত্ৰখনে পোন প্ৰথমে 'ৰয়টাৰ', 'এচ’চিয়েটেড প্ৰেছ', আদি সংবাদ প্ৰতিষ্ঠানৰ পৰা সংবাদ কিনি, সেয়া অনুবাদ কৰি সংবাদপত্ৰত ছপা কৰা নতুন পন্থা এটা অসমত উদ্ভাৱন কৰে ৷ বাগ্মীবৰ নীলমণি ফুকনৰ সম্পাদনাত প্ৰকাশিত “দৈনিক বাতৰি”ৰ যোগেদিয়েই অসমত পোন প্ৰথমবাৰৰ কাৰণে সাংবাদিকতাৰ বৃত্তিগত চিন্তাৰ সূত্ৰপাত ঘটে ৷ “দৈনিক বাতৰি”য়ে সংবাদ জগতত গঢ়ি থৈ যোৱা ভেটিৰ আলমতে পৰৱৰ্তী সংবাদপত্ৰসমূহে প্ৰেৰণা লাভ কৰি আগ বাঢ়ি গৈছে ৷ অসমীয়া সাংবাদিকতাৰ জগতখনত “দৈনিক বাতৰি”ৰ অসীম প্ৰভাৱ লক্ষ্য কৰিয়েই এই গৱেষণাপত্ৰখন প্ৰস্তুত কৰা হৈছে ৷ এই গৱেষণাপত্ৰখনত অসমৰ প্ৰথমখন সংবাদপত্ৰ হিচাপে “দৈনিক বাতৰি”ৰ এক পৰিচয়, 'দৈনিক বাতৰি'ৰ সংবাদৰ বিশেষত্ব, পৰৱৰ্তী অসমীয়া দৈনিক সংবাদপত্ৰ প্ৰকাশত 'দৈনিক বাতৰি'ৰ ভূমিকাৰ বিষয়ে বিশ্লেষণ কৰা হৈছে ৷

Key Words

পৰিচয়, সংবাদৰ বিশেষত্ব, 'দৈনিক বাতৰি'ৰ ভূমিকা

Cite This Article

"অসমৰ প্রথমখন সংবাদপত্র ", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.9, Issue 7, page no.g431-g437, July-2022, Available :http://www.jetir.org/papers/JETIR2207661.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"অসমৰ প্রথমখন সংবাদপত্র ", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.9, Issue 7, page no. ppg431-g437, July-2022, Available at : http://www.jetir.org/papers/JETIR2207661.pdf

Publication Details

Published Paper ID: JETIR2207661
Registration ID: 500521
Published In: Volume 9 | Issue 7 | Year July-2022
DOI (Digital Object Identifier):
Page No: g431-g437
Country: Jorhat, ASSAM, India .
Area: Arts
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

000485

Print This Page

Current Call For Paper

Jetir RMS