UGC Approved Journal no 63975(19)

ISSN: 2349-5162 | ESTD Year : 2014
Call for Paper
Volume 11 | Issue 4 | April 2024

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 9 Issue 12
December-2022
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2212009


Registration ID:
505361

Page Number

a65-a72

Share This Article


Jetir RMS

Title

আধুনিক যুগৰ অসমৰ ভাওনা পৰম্পৰা

Abstract

আধুনিক যুগৰ অসমৰ ভাওনা পৰম্পৰা সময়ৰ সৈতে পৰিৱৰ্তনৰ বাটেৰে আগবাঢ়ি যোৱাটো সকলো কলাৰে প্ৰধান উদ্দেশ্য৷ বিশ্বৰ সৰ্বোত্তম কলা হিচাপে বিবেচিত অসমৰ ভাওনা শিল্পইয়ো পৰিৱৰ্তনৰ সৈতে তাল মিলাই আধুনিকতাক আকোঁৱালি লৈছে৷ অসমীয়া ভাওনা প্ৰাচীন পৰম্পৰাৰ পৰা কিছু দূৰ আঁতৰি আহি বৰ্তমানৰ ৰূপত স্থিতি লৈছেহি৷ অৱশ্যে সেয়ে হ’লেও ভাওনা শিল্পৰ মাদকতা আজিও শেষ হৈ যোৱা নাই৷ কালৰ গতিত অংকীয়া ভাওনাৰ বৈশিষ্ট্য সলনি হ’বলৈ ধৰিলে৷ সত্ৰসমূহত অংকীয়া নাট ৰচনাৰ ঐতিহাসিক পৰম্পৰা হেৰাই যাবলৈ ধৰিলে৷ সত্ৰৰ কোনো কোনো সত্ৰাধিকাৰে তেওঁলোকৰ অভিষেক অনুষ্ঠানৰ উদ্দেশ্যত ২যৰ খন নাট যি ৰচনা কৰিছিল, সেইবোৰে পূৰ্বৰ গৰিমা হেৰুওৱাবলৈ ধৰে৷ কিয়নো এনে ৰচকৰ ব্ৰজাৱলী ভাষাটোৰ প্ৰতি তেনেধৰণৰ শ্ৰদ্ধাভাৱ নোহোৱা হ’ল৷ সময়ে কৰা দাবী অনুসৰি সময়ৰ দৰ্শকৰ মনোৰঞ্জনৰ উদ্দেশ্যতহে নাট ৰচনা কৰা হ’ল৷ সেই সময়ৰ সত্ৰাধিকাৰে আনকি ফৌজিয়া ভাওনাৰ দৰে নাট ৰচনা কৰাও দেখা গ’ল৷ ফৌজিয়া নাটবোৰৰ ভাষা আছিল অসমীয়া, বাংলা, হিন্দী আৰু মাজে মাজে দুই যএটা ইংৰাজী শব্দ৷ নাট্যকাৰসকলৰ ব্ৰজাৱলী ভাষাজ্ঞানৰ অভাৱ, সেই সময়ৰ বাংলা ভাষাৰ প্ৰাৰ্দুভাবক পৰিহাৰ কৰাৰ উদ্দেশ্যত এক নতুন শ্ৰেণীৰ নাটৰ জন্ম হ’ল৷ এই নব্য নাটৰ নাম হ’ল মাতৃভাষা ভাওনা৷ এই মাতৃভাষাৰ ভাওনা অসমীয়া নাট্য পৰম্পৰাত আধুনিকতাৰ সূচনা কৰিলে৷ মাতৃভাষাৰ ভাওনা হ’ল অংকীয়া ভাওনাৰ পৰা সৃষ্টি হোৱা এক আধুনিক পৰিৱেশ্য কলা৷ সূচক শব্দ ঃ প্ৰাচীন অসমৰ ভাওনা পৰম্পৰা, ভাওনাত আধুনিক কলা-কৌশলৰ প্ৰয়োগ, মাতৃভাষা¸ৰ ভাওনা স্বকীয় ৰূপ৷ জিতুল চন্দ্ৰ বৰা গৱেষক, অসমীয়া বিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাওঁ, অসম

Key Words

সূচক শব্দ ঃ প্ৰাচীন অসমৰ ভাওনা পৰম্পৰা, ভাওনাত আধুনিক কলা-কৌশলৰ প্ৰয়োগ, মাতৃভাষা¸ৰ ভাওনা স্বকীয় ৰূপ৷

Cite This Article

"আধুনিক যুগৰ অসমৰ ভাওনা পৰম্পৰা", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.9, Issue 12, page no.a65-a72, December-2022, Available :http://www.jetir.org/papers/JETIR2212009.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"আধুনিক যুগৰ অসমৰ ভাওনা পৰম্পৰা", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.9, Issue 12, page no. ppa65-a72, December-2022, Available at : http://www.jetir.org/papers/JETIR2212009.pdf

Publication Details

Published Paper ID: JETIR2212009
Registration ID: 505361
Published In: Volume 9 | Issue 12 | Year December-2022
DOI (Digital Object Identifier):
Page No: a65-a72
Country: Jorhat, Assam, India .
Area: Arts
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

000143

Print This Page

Current Call For Paper

Jetir RMS