UGC Approved Journal no 63975(19)

ISSN: 2349-5162 | ESTD Year : 2014
Call for Paper
Volume 11 | Issue 5 | May 2024

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 10 Issue 8
August-2023
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2308716


Registration ID:
524162

Page Number

h156-h159

Share This Article


Jetir RMS

Title

'পদুম কুঁৱৰী' উপন্যাসত প্ৰতিফলিত প্ৰেম আৰু ত্যাগৰ চিত্ৰণ : এক বিশ্লেষণাত্মক অধ্যয়ন

Authors

Abstract

উপন্যাস পাশ্চাত্য সাহিত্য অধ্যয়নৰ প্ৰত্যক্ষ ফল। পাশ্চাত্য অধ্যয়নৰ ফল হ'লেও অসমীয়া গদ্য সাহিত্যৰ বিকাশত উপন্যাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সাধুকথা, চুটিগল্পৰ জনক নাইবা হাস্যব্যংগ লেখক হিচাপে লক্ষ্মীনাথ বেজবৰুৱা প্ৰসিদ্ধি লাভ কৰিলেও অসমীয়া উপন্যাস জগততো তেওঁৰ এক ভাল নাম আছে। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখন হ'ল 'পদুম কুঁৱৰী'। প্ৰথম ঐতিহাসিক উপন্যাস হিচাপেও 'পদুম কুঁৱৰী' উপন্যাসৰ নাম ল'ব পাৰি। কিয়নো পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী আৰু লাহৰী উপন্যাসৰ পটভূমি ঐতিহাসিক হ'লেও কাহিনী ঐতিহাসিক নহয়। বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ জীৱনৰ ঐহিক সুখ-দুখৰ কথাই উপন্যাসখনৰ মূল উপজীৱ্য। আনহাতে উপন্যাসখনৰ মাজেদি প্ৰেম আৰু ত্যাগৰ চিত্ৰণ সুন্দৰকৈ প্ৰতিফলিত হৈছে। উক্ত গৱেষণা পত্ৰত কিদৰে প্ৰেম আৰু ত্যাগৰ চিত্ৰণ প্ৰতিফলিত হৈছে মূলতঃ সেয়া বিশ্লেষণ কৰা হ'ব।

Key Words

পদুম কুঁৱৰী, উপন্যাস, প্ৰেম, ত্যাগ, চিত্ৰণ

Cite This Article

"'পদুম কুঁৱৰী' উপন্যাসত প্ৰতিফলিত প্ৰেম আৰু ত্যাগৰ চিত্ৰণ : এক বিশ্লেষণাত্মক অধ্যয়ন", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.10, Issue 8, page no.h156-h159, August-2023, Available :http://www.jetir.org/papers/JETIR2308716.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"'পদুম কুঁৱৰী' উপন্যাসত প্ৰতিফলিত প্ৰেম আৰু ত্যাগৰ চিত্ৰণ : এক বিশ্লেষণাত্মক অধ্যয়ন", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.10, Issue 8, page no. pph156-h159, August-2023, Available at : http://www.jetir.org/papers/JETIR2308716.pdf

Publication Details

Published Paper ID: JETIR2308716
Registration ID: 524162
Published In: Volume 10 | Issue 8 | Year August-2023
DOI (Digital Object Identifier):
Page No: h156-h159
Country: Nalbari, Assam, India .
Area: Arts
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

000190

Print This Page

Current Call For Paper

Jetir RMS