UGC Approved Journal no 63975(19)

ISSN: 2349-5162 | ESTD Year : 2014
Call for Paper
Volume 11 | Issue 5 | May 2024

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 10 Issue 12
December-2023
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2312676


Registration ID:
530712

Page Number

g652-g657

Share This Article


Jetir RMS

Title

চৈয়দ আব্দুল মালিকৰ ' আজোখা' এক হৃদয়স্পৰ্শী সৃষ্টি

Authors

Abstract

অসমীয়া চুটিগল্পৰ আৱাহন আৰু ৰামধেনু যুগৰ সেতু স্বৰূপ , গল্প-সম্ৰাট, মানৱতাবাদী গল্পকাৰ চৈয়দ আব্দুল মালিকে আপোনাৰ-মোৰ চকুৰ আগৰ এনেকুৱা একোটা বিষয়বস্তুক ইমান মৰ্মস্পৰ্শী বা হৃদয়স্পৰ্শী ভাৱে তুলি ধৰে যে, গল্প একোটা পঢ়ি উঠি এক বিচিত্ৰ অনুভূতিত দ্ৰবীভূত হোৱা যায় । বিশেষকৈ সমাজৰ সাধাৰণ শ্ৰেণীৰ এনে জীৱন চিত্ৰই এক বিশেষ ধৰণৰ চমৎকাৰৰ সৃষ্টি কৰে । অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্প ৰচনা কৰা মালিকৰ গল্পত তিনিটা স্তৰ পৰিলক্ষিত হয়। প্ৰথম স্তৰটি হ'ল গল্পকাৰ মালিকৰ আত্মপ্ৰকাশ, দ্বিতীয় স্তৰটি হ'ল মালিকৰ গল্পসৃষ্টি প্ৰতিভাৰ পূৰ্ণ বিকাশ আৰু তৃতীয় স্তৰটি হ'ল এই প্ৰতিষ্ঠাবান গল্পকাৰজনৰ সৃষ্টিৰ নিৰৱচ্ছিন্ন ধাৰাটি গতিশীল কৰি ৰাখা(১) স্বাভাৱিকতেই দ্বিতীয় আৰু তৃতীয় স্তৰৰ গল্পসমূহ মালিকৰ শ্ৰেষ্ঠ গল্প হিচাপে স্বীকৃত। বিশেষকৈ এই শ্ৰেণীৰ গল্প বাস্তৱবাদী ধাৰাৰ ৰচিত। বাস্তৱ সমাজৰ,জীৱনৰ বিভিন্ন ঘটনাৰাজিৰ এই সময়চোৱাৰ গল্পৰ বিষয়বস্তু হিচাপে তুলি ধৰিছে মালিকে সেয়ে ৰামধেনু যুগৰ অসমীয়া চুটিগল্পৰ যি বাস্তৱবাদী ধাৰাৰ ; এই ধাৰাত মালিকৰ অৱদানেই সৰ্বাধিক। বিশেষকৈ এই সময়চোৱাৰ গল্পত সমাজৰ অতি সাধাৰণ যেন লগা একোটা বিষয়বস্তুক অতি দক্ষতাৰে উপস্থাপন কৰি , মানৱীয় প্ৰমূল্যৰে সিক্ত কৰি সকলোশ্ৰেণীৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাত সিদ্ধহস্ত । মালিকৰ এনে এটি অতি সাধাৰণ বিষয়বস্তুৰ; কিন্ত্ত অতি অসাধাৰণ ৰূপত সৃষ্টি কৰা ,শ্ৰেষ্ঠ গল্প 'আজোখা 'এই আলোচনা পত্ৰৰ মুখ্য আলোচনাৰ দিশ ।

Key Words

আজোখা , গল্প, হৃদয়স্পৰ্শী , মালিকৰ ।

Cite This Article

"চৈয়দ আব্দুল মালিকৰ ' আজোখা' এক হৃদয়স্পৰ্শী সৃষ্টি ", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.10, Issue 12, page no.g652-g657, December-2023, Available :http://www.jetir.org/papers/JETIR2312676.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"চৈয়দ আব্দুল মালিকৰ ' আজোখা' এক হৃদয়স্পৰ্শী সৃষ্টি ", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.10, Issue 12, page no. ppg652-g657, December-2023, Available at : http://www.jetir.org/papers/JETIR2312676.pdf

Publication Details

Published Paper ID: JETIR2312676
Registration ID: 530712
Published In: Volume 10 | Issue 12 | Year December-2023
DOI (Digital Object Identifier):
Page No: g652-g657
Country: Nalbari, ASSAM, India .
Area: Arts
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

000164

Print This Page

Current Call For Paper

Jetir RMS