UGC Approved Journal no 63975(19)
New UGC Peer-Reviewed Rules

ISSN: 2349-5162 | ESTD Year : 2014
Volume 12 | Issue 10 | October 2025

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 12 Issue 7
July-2025
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2507630


Registration ID:
567216

Page Number

g172-g176

Share This Article


Jetir RMS

Title

''Assamese tribal society living and economic development and modern education: an analytical unrequited''

Abstract

"অসমৰ জনজাতীয় সমাজ জীৱনৰ অৰ্থনৈতিক উন্নয়নত আধুনিক শিক্ষাৰ প্ৰভাৱ : এক বিশ্লেষণাত্মক অধ্যয়ন" এই গৱেষণা-পত্ৰখনত "অসমৰ জনজাতীয় সমাজ জীৱনৰ অৰ্থনৈতিক উন্নয়নত আধুনিক শিক্ষাৰ প্ৰভাৱ : এক বিশ্লেষণাত্মক অধ্যয়ন" শিৰোনামৰ অধীনত অসমৰ জনজাতীয় সমাজসমূহৰ অৰ্থনৈতিক জীৱনত আধুনিক শিক্ষাৰ প্ৰভাৱৰ ওপৰত এক বিশ্লেষণাত্মক অধ্যয়ন কৰা হৈছে। জনজাতীয় সমাজ, যিয়ে দীঘলীয়া সময় ধৰি পৰম্পৰাগত জীৱনশৈলী আৰু আৰ্থিক পদ্ধতিক অৱলম্বন কৰি আহিছে, বৰ্তমান সময়ত আধুনিক শিক্ষাৰ প্ৰভাৱত এক গভীৰ পৰিৱৰ্তনৰ দিশে আগবাঢ়ি আহিছে। শিক্ষাই জনজাতীয় যুৱসম্প্ৰদায়ক আত্মনিৰ্ভৰশীলতাৰ দিশে আগবঢ়াইছে আৰু নতুন নতুন অৰ্থনৈতিক সুযোগৰ সৃষ্টি কৰিছে—যাৰ ফলত হস্তশিল্প, কৃষি, ক্ষুদ্ৰ উদ্যোগ, তথ্য-প্ৰযুক্তি আদি ক্ষেত্ৰত উন্নতি ঘটিছে। আধুনিক শিক্ষা ব্যক্তি বিশেষৰ বাবে কেৱল জ্ঞানৰ আধাৰ নহয়, ই তেওঁলোকক অৰ্থনৈতিক দিশত আত্মনিৰ্ভৰশীল আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলে। এই প্ৰবন্ধত জনজাতি সমাজৰ শিক্ষাৰ স্থিতি, সেই শিক্ষাৰ ফলস্বৰূপে উদ্ভৱ হোৱা নতুন ব্যৱসায়, উদ্যোগ আৰু কৃষিকেন্দ্ৰিক উন্নয়নৰ চমু পৰ্যালোচনা কৰা হৈছে। লগতে, শিক্ষাৰ বিস্তাৰত সন্মুখীন হোৱা সমস্যাবোৰ তথা সম্ভাৱনাসমূহৰ কথাও আলোচনা কৰা হৈছে। এই অধ্যয়নে জনজাতীয় সমাজৰ বহনক্ষম আৰ্থিক বিকাশত শিক্ষাৰ গুৰুত্বৰ সম্পৰ্কেও আলোচনা কৰিছে। বীজ শব্দ – সমাজ অৰ্থনীতি, আধুনিক শিক্ষা, জনজাতীয় সমাজ, তথ্য-প্ৰযুক্তি

Key Words

সমাজ অৰ্থনীতি, আধুনিক শিক্ষা, জনজাতীয় সমাজ, তথ্য-প্ৰযুক্তি

Cite This Article

"''Assamese tribal society living and economic development and modern education: an analytical unrequited''", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.12, Issue 7, page no.g172-g176, July-2025, Available :http://www.jetir.org/papers/JETIR2507630.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"''Assamese tribal society living and economic development and modern education: an analytical unrequited''", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.12, Issue 7, page no. ppg172-g176, July-2025, Available at : http://www.jetir.org/papers/JETIR2507630.pdf

Publication Details

Published Paper ID: JETIR2507630
Registration ID: 567216
Published In: Volume 12 | Issue 7 | Year July-2025
DOI (Digital Object Identifier):
Page No: g172-g176
Country: KARBI ANGLONG, ASSAM, India .
Area: Other
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

00052

Print This Page

Current Call For Paper

Jetir RMS